অধৰ - Adhar | A Beautiful Assamese Poetry | Manisha Bhardwaja

অধৰ - Adhor | A Beautiful Assamese Poetry 


অধৰ


আপোনাৰ অনুভৱত অনুভৱী হৈ 
অধৰত এটি হাঁহি গুজি 
আপোনাৰ প্ৰেমত পৰিব দিয়ক 

শব্দৰে উপচাম আপোনাক 
দুখবোৰ আঁকোৱালি 
সুখবোৰ ভগাম 


লব নে আকোঁৱালি আপুনি 
দিব নে লিখিব 
এটি কবিতা মাথোঁ আপোনাৰ নামত 
দিব নে এটি সুযোগ
মোৰ নামেৰে আপোনাৰ অধৰত হাঁহি আনিব 
দিব নে আপুনি ? 


By: মণীষা ভৰদ্বাজ