Lachit Barphukan Quotes, WhatsApp Status, Messages in Assamese | লাচিত বৰফুকনৰ বিশেষ উদ্ধৃতি অসমীয়াত।

Lachit Barphukan Quotes in Assamese


লাচিত বৰফুকন হৈছে এনে এগৰাকী মহান ব্যক্তি যাৰ বীৰত্বৰ কাহিনীয়ে অসমবাসীৰ তথা অসমীয়াৰ জাতীয় চেতনাক উদ্বুদ্ধ কৰি আহিছে। অসমী আইৰ সুযোগ্য সন্তান লাচিত বৰফুকনৰ (Lachit Barphukan) জন্ম হৈছিল এটি বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশত৷

Lachit Borphukan Quotes

'দেশতকৈ মোমাই ডাঙৰ নহয়।'
"Dexotkoi Mumai Dangor Nohoi' 


'যেতিয়ালৈকে আমাৰ শিৰাবোৰত তেজ টোপাল থাকে, তেতিয়ালৈকে আমি যুঁজ দিবলৈ সাজু।'


'যেতিয়া মোৰ দেশবাসী আক্ৰমণৰ বলি হৈছে, যেতিয়া মোৰ সৈন্যবাহিনীয়ে যুঁজ দি দি নিজৰ জীৱন ত্যাগ কৰিছে, তেতিয়া মই কেৱল অসুস্থতাৰ অজুহাত দি বিশ্ৰাম কৰি থাকিব নোৱাৰে।'



400th Birth Anniversary of Assam’s Bir Lachit Borphukan.

বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী ২৪ নবেম্বৰ ২০২২ ।


Lachit Barphukan Quotes, WhatsApp Status, Messages in Assamese | Lachit Borphukan Slogan