উদাসি ছাঁৰ - Udaxi Sar | A Beautiful Assamese Poem

উদাসি ছাঁৰ - Udaxi Sar

A Beautiful Assamese Poetry




উদাসি ছাঁৰ

কবলত মোৰ এই ক্ষন্ধিক্ষণ
যেন একাজ অচিনাক্ত ধুমূহা।
হঠাৎ আহি কোবাই যায়;
মোৰ সাহসৰ শিখৰ ভাঙি 
মনত দিধা জাপি যায়!
বেথাৰ সোঁতত এৰি 
পশ্চিমৰ দেশলৈ লৈ যায়।
ভাগি যায় মনৰ প্ৰবলতা
আৰু অদৃশ্য হেপাহৰ দিঙা;
অজুহাতৰ গৈনা লৈ
জীয়াব শিকিছো এই জীৱন 
সেয়েহে লৈ ফুৰো
অনুমতিবিহীন বিষাদৰ নতুন ঠিকনা 
আৰু যেন কিছু নতুন নাম.....


by অসীম অভিজ্ঞান দাস